ফেচবুকৰ নতুন অ্যালগৰিদম
📢 ফেচবুকৰ নতুন অ্যালগৰিদম – আপুনি জানিব লাগিব এই বিশেষ তথ্য! 🚀 🔹 আপুনি ফেচবুকত পোষ্ট কৰে, কিন্তু লাইক-কমেন্ট কম পাইছেনে? 🔹 আপোনাৰ কিছুমান পোষ্ট নিউজ ফিডত দেখাইছে, আৰু কিছুমান একেবাৰে নাই? 💡 এই সকলো কিছুৰ কাৰণ হ'ল – "ফেচবুকৰ নতুন অ্যালগৰিদম"! ফেচবুকে সদায় পৰিৱর্তন কৰি থাকে তাৰ অ্যালগৰিদম, যাতে ব্যৱহাৰকাৰীয়ে সঠিক, প্ৰাসংগিক আৰু অধিক জনপ্ৰিয় পোষ্টবোৰ দেখিব পাৰে । কিন্তু, এই পৰিৱর্তনে আপোনাৰ পোষ্টৰ ৰিচ 📉 (Reach) কমাই দিব পাৰে, যদিহে আপুনি নিয়মবোৰ নাজানে! 😲 ✨ ফেচবুকৰ নতুন অ্যালগৰিদম কেনেকৈ কাম কৰে? 🤔 🔵 সম্পৰ্ক (Relationship): আপুনি যিসকলৰ সৈতে সঘনাই Like, Comment, Share, React কৰে, সেইসকলৰ পোষ্টবোৰ আপোনাৰ নিউজ ফিডত আগতীয়াকৈ দেখুৱায়। 🟠 প্ৰাসংগিকতা (Relevance): আপুনি যিসকল ধৰণৰ পোষ্টত বেছি Interest দেখুৱায় (Photo, Video, Text, Reels) , সেই ধৰণৰ কণ্টেণ্ট বেছি পৰিমাণে আপোনাৰ নিউজ ফিডত দেখুৱাব। 🟢 Engagement (জনপ্ৰিয়তা): যদি আপোনাৰ পোষ্টত বেছি Like, Comment, Share, Reaction, Watch Time থাকে , তেন্তে ফেচবুকে সেইটো অধিক মানুহৰ ফিডত দেখুৱাব । 🔴 Timestamp (সাম্প...